Help
Change language Assamese (অসমীয়া)

কি দৰে অর্ডাৰ দিয়া হয়

New: Corylus jacquemontii Shop (ইন্ডিয়া), বাৰেমহীয়া, কন্দ

Become a KPR member, and enjoy cheaper prices immediately. Register here.

অর্ডাৰ দিয়াৰ আটাইতকৈ ভাল উপায় হ’ল আপোনাৰ অর্ডাৰটো e-shop জৰিয়তে দিয়ক।

অর্ডাৰৰ বাবে ধন ৰাশি দিব পাৰেঃ

১। নগদ এয়াৰ মেইলত ৰেজিষ্টার্ড লেটাৰৰ যোগেদি (আমি পেমেন্ট লওঁ € - Euro, Kč (Czech crowns) আৰু USD যোগেদি]
২। ঘৰুৱা বেঙ্ক ট্রান্সফাৰৰ দ্বাৰা বা নগদ টকা জমাআমাৰ থলুৱা বেঙ্কৰ একাউন্ট নংত বুলগেৰিয়া, ‌ক্রোৱেচিয়া, চেক, হাঙ্গেৰী, ম’ন্টেনেগ্রো, পোলান্ড, ৰোমানিয়া, চাইবেৰিয়া
৩। বেঙ্ক ট্রান্সফাৰৰ দ্বাৰা (আন্তঃৰাষ্ট্রীয় মানি অর্ডাৰ) আমাৰ শ্লোভাকীয়া / জার্মেনী বেঙ্ক একাউন্টত।
৪। প্রোপে বেঙ্ক ট্রান্সফাৰ দ্বাৰা (দেশৰ তালিকা চাওক) আমাৰ বুলগেৰীয়া / ৰোমানিয়াৰ বেঙ্কলৈ।
৬। ইউৰোগীৰো-আমাৰ
৭। ওয়েষ্টার্ন ইউনিয়ন দ্বাৰা
৮। অন্য কোনো উপায়ে ৰাশি প্রদান - আপোনাক যি কোনো বস্তু কিনি আনন্দ প্রদান কৰিবলৈ আমি সকলো ধৰনেৰে টকা গ্রহণ কৰিম।

আপোনাৰ পেমেন্টটো নগদে আমাৰ চেক প্রজাতন্ত্র বেঙ্কৰ শাখাৰ ঠিকনাত পঠিয়াব লাগে । বেঙ্ক ট্রান্সফাৰৰ যোগেদি পেমেন্টটো আমাৰ বেঙ্ক একাউন্ট নংত __ দিব লাগে। শ্লোভাকিয়া, বুলগেৰিয়া, ‌ক্রোৱেচিয়া, চেক, হাঙ্গেৰী, ম’ন্টেনেগ্রো, পোলান্ড, ৰোমানিয়া, চাইবেৰিয়া

ইউৰোপীয়ান ইউনিয়নৰ বহুতো বেঙ্ক এ ইন্টাৰনেচনেল মানি অর্ডাৰৰ সুযোগ আগবঢ়ায় (বেঙ্ক ট্রান্সফাৰ) ইউৰোপীয়ান ইউনিয়নৰ অন্তর্গত (ইউৰোপীয়ান ইউনিয়নৰ সদস্য হ’ল শ্লোভাকীয়া) কোনো ধৰনৰ ফীচ নোলোৱা‌কৈ যদিহে সঠিক SWIFT কোড আৰু IBAN কোড দিয়া থাকে। আমাৰ বেঙ্কে এই ক্ষেত্রত একো ফীচ নলয়।

ডাকমাচুল

আন্তঃৰাষ্ট্রীয় অর্ডাৰবিলাক পঠিওয়া হয় চেচীয়াৰ পৰা। আপোনাৰ সাধাৰন জ্ঞানৰ বাবে মাথোন তলত ডাকমাচুলৰ বিষয়ে উল্লেখ কৰা হ’ল। আমি আপোনাক অর্ডাৰবিলাক পোৱাৰ পিছত সঠিককৈ মাল পঠিওয়াৰ খৰচৰ বিষয়ে জনাম।

ইকোনমিক - বীমা নোহোৱাকৈ

গন্তব্যস্থান ডাকমাচুল ইউৰো (€)ত ২৫০ গ্রাম লৈকে অর্ডাৰৰ বাবে
২৫০ গ্রাম লৈ ৫০০ গ্রাম লৈ ১ কেজি লৈ ২ কেজি লৈ অধিক
ইউৰোপ - দেশৰ তালিকা 4 € 6 € 8 € 12 € আমি আপোনাক জনাম
পৃথিবীৰ যি কোনো ঠাইলৈ পানী জাহাজেৰে 4 € 6 € 11 € 14 € আমি আপোনাক জনাম
পৃথিবীৰ যি কোনো ঠাইলৈ আকাশ পথেৰে 5 € 6 € 12 € 16 € আমি আপোনাক জনাম

ৰেজিষ্টার্ড লেটাৰ - বীমাৰ সৈতে

গন্তব্যস্থান ডাকমাচুল ইউৰো (€)ত ২৫০ গ্রাম লৈকে অর্ডাৰৰ বাবে
২৫০ গ্রাম লৈ ৫০০ গ্রাম লৈ ১ কেজি লৈ ২ কেজি লৈ অধিক
ইউৰোপ - দেশৰ তালিকা 5 € 6 € 10 € 14 € আমি আপোনাক জনাম
পৃথিবীৰ যি কোনো ঠাইলৈ পানী জাহাজেৰে 5 € 8 € 12 € 15 € আমি আপোনাক জনাম
পৃথিবীৰ যি কোনো ঠাইলৈ আকাশ পথেৰে 7 € 9 € 14 € 20 € আমি আপোনাক জনাম

Express Delivery by EMS (Express Mail Service)

For some countries you can order Express Delivery service. Guaranteed delivery within 4 days after sending the order, online Track&Trace of the shipment, insurance included.

However, as for our experience with such services, this shiping method if often several times slower, that our standard shipping method (air mail letter or parcel). For example for Asian countries it sometimes took even 30 days to receive your order (although guaranted delivery is 4 days only!), while delivery time of the standard air mail letter / parcel to the same destination takes only 7 days. Therefore we do not recommend to use EMS services as it is much more expansive and unfortunately much more slower.

১৯৯৮ চনৰ পৰা ২০০৯ চনলৈ কৰা গছৰ বিক্রীৰ বিৱৰণি

১৯৯৮ চনৰ পৰা ২০০৯ চনলৈ যিমান প্রকাৰৰ গছ আগবঢ়োয়া হৈছিল

১৯৯৮ চনৰ পৰা ২০০৯ চনলৈ যিমান প্রকাৰৰ গছ আগবঢ়োয়া হৈছিল

সাধাৰন চর্ত আৰু চুক্তি বিলাক

যেতিয়া বীজৰ চর্তৰ বিষয়ে উল্লেখ কৰা হয়, বস্তু আৰু মালৰ বিষয়ে, তাৰ মানেই অকল এইবিলাক বীজেই নহয়, আমি গছ-গছনি, গছৰ শাখা-প্রশাখা বা গছৰ আন যিকোনো জীনসংক্রান্ত প্রকাৰ (বীজ, গছ, টুকুৰা, meristematic টিচ্যু, পৰাগ ইত্যাদি) কথাও কওঁ।

বিক্রীকৰা আৰু মূল্য

সকলো মূল্যই প্রথমিক ভাবে ইউৰোত ধৰা হয়। আনকি আমি পেমেন্ট লওঁ Kč (Czech crowns), আৰু USD ত। অন্য উপায়ে ধন গ্রহন কৰিবলৈ হলে মুদ্রা বিনিময় প্রথা অনুযায়ীই হব লাগিব। পঠিওয়াৰ খৰচ ইয়াত যোগ কৰা হোৱা নাই। আমাৰ মুল্য ঋতু্নির্ভৰ, গতিকে বীজৰ লভ্যতাৰ ওপৰত, খেতি কৰাৰ কঠিনতাৰ ওপৰত, প্রক্রিয়াকৰণ আৰু ৰক্ষনাবেক্ষনৰ ওপৰত নির্ভৰ কৰি তাৰ দামৰ পৰিবর্তন হব পাৰে। গতিকে আমাৰ দাম কোনো ধৰনৰ আগজাননী নিদিয়াকৈ সলনি হব পাৰে। এই মুল্য তালিকা (প্রকাশিত হৈছে www.kpr.eu), ফলত আগৰ আন সকলো তালিকা বাতিল বুলি ধৰা হৈছে। বিক্রীৰ আগলৈকে থকা ষ্টক দিয়া হব। অনুগ্রহ কৰি কোনো ধৰনৰ টকা জমা কৰাৰ আগতে আমাৰ লগত যোগাযোগ কৰি ষ্টকৰ প্রাপ্যতা জানি লওক।

টকা দিয়াৰ চর্ত

মাল পঠিওয়াৰ আগে আগে আপোনাৰ পেমেন্ট আমাৰ ইয়াত পাবহি লাগে। KPR দ্বাৰা আপোনাৰ অর্ডাৰ পোৱাৰ নিশ্চয়তা প্রদান কৰাৰ ১৫ দিনৰ ভিতৰতেই আপোনাৰ পেমেন্ট KPR ত পাবহি লাগে।

পঠিওয়া

অর্ডাৰ বিলাক সাধাৰনতে আপোনাৰ পেমেন্ট পোৱাৰ লগে লগেই পঠিওয়া হয়। মাল পঠিওয়াৰ আগতে যদি বীমা কৰি নেথাকে তেন্তে বাটত মাল চালান কৰাৰ সময় চোৱাত বীজ হেৰাই গ’লে বা বীজৰ কোনো ক্ষতি হলে তাৰ বাবে আমি দায়ী নেথাকো (অর্থাৎ বীমাৰ বাবে আপোনাৰ খৰচ অলপ বেচি হব)।

অর্ডাৰ বাতিল কৰা

এবাৰ অর্ডাৰ দিয়া আৰু পেমেন্ট প্রদান কৰা হলে KPR ৰ অনুমতি অবিহনে অর্ডাৰ বাতিল নহব।

ওয়্যেৰেন্টী

KPR এ ২ বছৰৰ গেৰান্টী সাধাৰনতে দি থাকে তলত উল্লেখ কৰা মতেঃ
- বীজ বিলাক সতেজ, প্রয়োগযোগ্য আৰু অঙ্কুৰিত হব পৰা ক্ষমতা থাকিব লাদিব।
- বীজ আৰু গছ-গছনি বিলাক বর্ননা দিয়া দৰে হব লাগিব আৰু পোক, কীট পতংগৰ পৰা মুক্ত হব লাগিব
আমাৰ দুই বছৰৰ ওয়্যেৰেন্টী চালু হয় মাল পঠিওয়াৰ দিনৰ পৰাই।

দাবি আৰু ঘুৰাই পোৱা

সকলোবিলাক অর্ডাৰ পোৱাৰ পিছত ভাল‌কৈ চালিজাৰি চোৱা হয়, KPR ত কোনো কাৰনত কোনো দাবি থাকিলে সেইটো জমা দিব লাগে লিখিত ভাবে মাল পোৱাৰ ১৫ দিনৰ ভিতৰতেই।

বীজৰ গুণৰ সাম্যতা নষ্ট কৰি পেলালে যেনে বীজ মাটিত পুতি দিলে, মাল পঠিওয়াৰ ক্ষেত্রত বেয়াকৈ ক্ষতিগ্রস্থ হলে বা বীজক বেয়াকৈ সংৰক্ষন কৰিলে KPR এ কোনো ধৰনৰ দাবি গ্রহন নকৰে।

অর্ডাৰ কোনো ভাবে দিয়াৰ অর্থ হ’ল আপুনি আমাৰ উল্লেখিত সকলো ধৰনৰ চর্ত আৰু চুক্তি মানি লৈছে।

ATTENTION! Before placing an order find out about the plant import and phytosanitary regulations for your country. Do not import species forbidden by laws to your area. Many plants have become invasive weeds in far flung areas of the world, and while we cannot necessarily predict which plants will become invasive in which regions, most countries have lists of declared invasive weeds which people are requested not to grow, or can be prosecuted if they do grow them. Please consult your conservation authority, find out which plants you should not import and grow and take care that you do not unwittingly import any known or potential invasive aliens into your area.

When you place an order, you automatically herewith agree with the terms and conditions of the transportation company. Customers outside of the European Union: Please note that we cannot take any responsibility if your shipment is confiscated by you country due to your country's import laws, import permits or custom rules.


আপুনি চপিং কার্ডত বস্তুটো যোগ কৰিছে।