Become a KPR member, and enjoy cheaper prices immediately. Register here.
আমাৰ লগত যোগাযোগ কৰিব বিচাৰিলে অনুগ্রহ কৰি এই ওৱেব পেজখন ভর্তি কৰক আৰু চেন্ড বটনটো ক্লীক্ কৰক। যিমান সোনকালে সম্ভব আপোনাৰ লগত যোগাযোগ কৰিম। (সাধাৰণতে ৪৮ ঘন্টাৰ ভিতৰতেই, কেতিয়াবা আকৌ ৭-৩০ দিনলৈ সময় লাগিব পাৰে, বিশেষকৈ যদিহে আপুনি ইংৰাজী, শ্লোভাক বা চেচ ভাষাৰ বাহিৰে আন ভাষাত যোগাযোগ কৰে)। আমাৰ ওৱেব চাইটৰ বাবে আপুনাৰ মতামত আমাক জনাওক, আমাৰ উৎপন্ন বস্তু, আমাৰ প্রতিষ্ঠান, বা মনত অহা আন যিকোনো বিষয়। আপোনাৰ সকলো ধৰণৰ মতামত আৰু উপদেশক আমি স্বাগতম জনাম।
দুর্ভাগ্যবশতঃ, আমি অসমীয়া ভাষা নেজানো। যদি আপুনি আমাৰ সৈতে যোগাযোগ কৰিব খোঁজে তেন্তে মাথোন আমাৰ অফিচিয়েল ভাষাত হে যোগাযোগ কৰক। ধন্যবাদ!
আমাৰ লগত সমষ্যা বিহীনভাবে যোগাযোগৰ বাবে সদায় গছ-গছনিৰ লেটীন নাম ব্যবহাৰ কৰক। ধন্যবাদ